Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
16 : 7

قَالَ فَبِمَاۤ اَغْوَیْتَنِیْ لَاَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِیْمَ ۟ۙ

ইবলীছে ক'লেঃ মই তোমাৰ পৰা পথভ্ৰষ্ট হোৱাৰ কাৰণে আদমক ছাজদাহ কৰিবলৈ দিয়া তোমাৰ আদেশ অৱমাননা কৰিছিলো। এতেকে আদম সন্তানক তোমাৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিবলৈ মই সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিম। যাতে ময়ো সিহঁতক সেইদৰে পথভ্ৰষ্ট কৰিব পাৰো যিদৰে মই সিহঁতৰ পিতৃ আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত পথভ্ৰষ্ট হৈছিলো। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব। info

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। info

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ। info