Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
8 : 67

تَكَادُ تَمَیَّزُ مِنَ الْغَیْظِ ؕ— كُلَّمَاۤ اُلْقِیَ فِیْهَا فَوْجٌ سَاَلَهُمْ خَزَنَتُهَاۤ اَلَمْ یَاْتِكُمْ نَذِیْرٌ ۟

সেই অগ্নিয়ে তাৰ ভিতৰত প্ৰৱেশ কৰা কাফিৰবিলাকৰ প্ৰতি প্ৰকোপৰ কাৰণে ফাটি যোৱা বা ছিন্ন- ভিন্ন হোৱাৰ উপক্ৰম হ’ব। যেতিয়াই তাৰ ভিতৰত প্ৰৱেশ কৰা কাফিৰ বিলাকৰ দলসমূহক দলিওৱা হব তেতিয়াই তাত নিযুক্ত ফিৰিস্তাসকলে সিহঁতক দলিয়াওঁতে কবঃ পৃথিৱীত তোমালোকৰ ওচৰত কোনো ৰাছুল অহা নাছিল নে যিয়ে তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিছিল? info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• في معرفة الحكمة من خلق الموت والحياة وجوب المبادرة للعمل الصالح قبل الموت.
মৃত্যু আৰু জীৱনৰ ৰহস্যত এই কথা লুপ্ত হৈ আছে যে. বান্দাৰ মৃত্যু অহাৰ আগতে সৎ কৰ্ম কৰিবলৈ খৰখেদা কৰা উচিত। info

• حَنَقُ جهنم على الكفار وغيظها غيرةً لله سبحانه.
জাহান্নাম আল্লাহৰ বাবে গৌৰৱ স্বৰূপ আৰু কাফিৰবিলাকৰ বিৰুদ্ধে প্ৰকোপ আৰু ক্ৰোধ প্ৰকাশ। info

• سبق الجن الإنس في ارتياد الفضاء وكل من تعدى حده منهم، فإنه سيناله الرصد بعقاب.
এই কথাৰ উল্লেখ যে, জিনে শূন্যত বিচৰণ কৰে আৰু তাৰ পৰা যিয়েই সীমাৰ বাহিৰত যাবলৈ প্ৰয়াস কৰে সি শাস্তিৰ সন্মুখীন হ’ব লগা হয়। info

• طاعة الله وخشيته في الخلوات من أسباب المغفرة ودخول الجنة.
আল্লাহৰ আনুগত্য আৰু একান্ত অৱস্থাত তেওঁক ভয় কৰা, এইটো ক্ষমা প্ৰাপ্তিৰ আৰু জান্নাত প্ৰৱেশ কৰাৰ উপায় বা মাধ্যম। info