Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
73 : 56

نَحْنُ جَعَلْنٰهَا تَذْكِرَةً وَّمَتَاعًا لِّلْمُقْوِیْنَ ۟ۚ

সেই জুইক আমি তোমালোকৰ বাবে উপদেশ বনাইছোঁ। সেইটোৱে তোমালোকক পৰকালৰ অগ্নিৰ কথা স্মৰণ কৰাই দিয়ে। লগতে ইয়াক তোমালোকৰ মাজৰ ভ্রমণকাৰীসকলৰ বাবে উপকাৰীও বনাইছোঁ। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• دلالة الخلق الأول على سهولة البعث ظاهرة.
প্ৰথম বাৰৰ সৃষ্টিয়ে প্ৰকাশ্যভাৱে প্ৰমাণ কৰে যে পুনৰুত্থানৰ বিষয়টো অতি সহজ। info

• إنزال الماء وإنبات الأرض والنار التي ينتفع بها الناس نعم تقتضي من الناس شكرها لله، فالله قادر على سلبها متى شاء.
পানীৰ অৱতাৰণ, ভূমিৰ পৰা উৎপাদন আৰু মানুহৰ উপকাৰত ব্যৱহৃত হোৱা জুই, এইসকলোবোৰ নিয়ামতে মানুহৰ ফালৰ পৰা আল্লাহৰ কৃতজ্ঞতা দাবী কৰে। কিয়নো, আল্লাহে ইচ্ছা কৰিলে এইবোৰ মানুহৰ পৰা হৰণ কৰিবলৈ সক্ষম। info

• الاعتقاد بأن للكواكب أثرًا في نزول المطر كُفْرٌ، وهو من عادات الجاهلية.
বৰষুণৰ বাবে তৰাৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰাটো কুফৰী। এইটো হৈছে অজ্ঞতা যুগৰ প্ৰথা। info