Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
43 : 54

اَكُفَّارُكُمْ خَیْرٌ مِّنْ اُولٰٓىِٕكُمْ اَمْ لَكُمْ بَرَآءَةٌ فِی الزُّبُرِ ۟ۚ

হে মক্কাৰ অধিবাসীসকল! উক্ত কাফিৰসকলতকৈ তোমালোকৰ কাফিৰসকল অধিক উত্তম নেকি, যেনেঃ নূহ সম্প্ৰদায়, আদ, ছামূদ, লূত সম্প্ৰদায়, ফিৰআউন আৰু তাৰ জাতি?! নে তোমালোক আল্লাহৰ সেই শাস্তিৰ পৰা সুৰক্ষিত, যি শাস্তিৰ বৰ্ণনা ঐশী কিতাবসমূহত বর্ণিত হৈছে? info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• شمول العذاب للمباشر للجريمة والمُتَمالئ معه عليها.
অপৰাধী আৰু তাৰ সৈতে অংশগ্রহণকাৰী উভয়েই প্ৰত্যক্ষভাৱে শাস্তি পাব। info

• شُكْر الله على نعمه سبب السلامة من العذاب.
আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা, শাস্তিৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায়। info

• إخبار القرآن بهزيمة المشركين يوم بدر قبل وقوعها من الإخبار بالغيب الدال على صدق القرآن.
মুশ্বৰিকসকলে বদৰৰ যুদ্ধৰ দিনা পৰাজয়বৰণ কৰিব বুলি কোৰআনে পূৰ্বেই সংবাদ পৰিবেশন কৰিছে, এই বিষয়টোৱে প্রমাণ বহন কৰে যে, কোৰআন নিশ্চয় সত্য। info

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য। info