Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
18 : 32

اَفَمَنْ كَانَ مُؤْمِنًا كَمَنْ كَانَ فَاسِقًا ؔؕ— لَا یَسْتَوٗنَ ۟

যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, এই ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ’ব নোৱাৰে যিয়ে আল্লাহৰ আদেশ উলঙ্ঘা কৰে। আল্লাহৰ ওচৰত প্ৰতিদানৰ ক্ষেত্ৰতো সিহঁত সমান হ’ব নোৱাৰে। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়। info

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ। info

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়। info