Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
24 : 25

اَصْحٰبُ الْجَنَّةِ یَوْمَىِٕذٍ خَیْرٌ مُّسْتَقَرًّا وَّاَحْسَنُ مَقِیْلًا ۟

এই কাফিৰসকলৰ পাৰ্থিৱ সুখ-শান্তিৰ তুলনাত সেইদিনা জান্নাতবাসী মুমিনসকল উৎকৃষ্ট স্থান আৰু উত্তম বিশ্ৰামস্থলত থাকিব। কাৰণ সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু সৎকৰ্ম কৰিছিল। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• الكفر مانع من قبول الأعمال الصالحة.
সৎকৰ্ম কবূল হোৱাৰ ক্ষেত্ৰত কুফৰ হৈছে বাধাস্বৰূপ। info

• خطر قرناء السوء.
বেয়া সংস্পৰ্শৰ ভয়াৱহতা। info

• ضرر هجر القرآن.
কোৰআন পৰিত্যাগ কৰাৰ ক্ষতি। info

• من حِكَمِ تنزيل القرآن مُفَرّقًا طمأنة النبي صلى الله عليه وسلم وتيسير فهمه وحفظه والعمل به.
কোৰআনখনক সময়ে সময়ে অলপ অলপকৈ অৱতীৰ্ণ কৰাৰ এটা অন্যতম হিকমত হৈছে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা, লগতে ইয়াক বুজিবলৈ সহজ কৰা আৰু মুখস্থ কৰিবলৈ আৰু আমল কৰিবলৈ সুবিধা প্ৰদান কৰা। info