ترجمة معاني القرآن الكريم - الترجمة الآسامية - رفيق الإسلام حبيب الرحمن

external-link copy
4 : 62

ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟

এইটো আল্লাহৰেই অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী। info
التفاسير: