ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم

external-link copy
22 : 76

اِنَّ هٰذَا كَانَ لَكُمْ جَزَآءً وَّكَانَ سَعْیُكُمْ مَّشْكُوْرًا ۟۠

আৰু তেওঁলোকক সন্মান স্বৰূপে কোৱা হবঃ নিশ্চয় এই নিয়ামতসমূহ যিবোৰ তোমালোকক দিয়া হৈছে তোমালোকৰ সত্কৰ্মৰ প্ৰতিফল স্বৰূপে দিয়া হৈছে। আৰু তোমালোকৰ কৰ্ম আল্লাহৰ ওচৰত গৃহীত হৈছে। info
التفاسير:
من فوائد الآيات في هذه الصفحة:
• الوفاء بالنذر وإطعام المحتاج، والإخلاص في العمل، والخوف من الله: أسباب للنجاة من النار، ولدخول الجنة.
মান্নত আদায় কৰা, অভাৱগ্ৰস্তক খাদ্য খোৱোওৱা, ইখলাচৰ সৈতে আমল কৰা, আল্লাহৰ ভীতি পোষণ কৰা, এইবোৰ জাহান্নামৰ পৰা মুক্তি লাভৰ কাৰণ আৰু জান্নাতৰ ফালে লৈ যোৱা কৰ্ম। info

• إذا كان حال الغلمان الذين يخدمونهم في الجنة بهذا الجمال، فكيف بأهل الجنة أنفسهم؟!
যদি জান্নাতী সকলৰ সেৱকবিলাক ইমান সুন্দৰ হয় তেন্তে স্বয়ং জান্নাতী সকল কিমান সুন্দৰ হ'ব পাৰে। info