• أهل الكتاب ليسوا على حال واحدة؛ فمنهم القائم بأمر الله، المتبع لدينه، الواقف عند حدوده، وهؤلاء لهم أعظم الأجر والثواب. وهذا قبل بعثة النبي محمد صلى الله عليه وسلم.
সকলো আহলে কিতাব একে নহয়। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ দ্বীনক অনুসৰণ কৰে আৰু তেওঁৰ সীমালঙ্ঘন নকৰে। এনেকুৱা লোকৰ বাবে আছে মহাপুৰষ্কাৰ আৰু মহাপ্ৰতিদান। আৰু এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বৰ প্ৰেক্ষাপটত কোৱা হৈছে।