《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
32 : 83

وَاِذَا رَاَوْهُمْ قَالُوْۤا اِنَّ هٰۤؤُلَآءِ لَضَآلُّوْنَ ۟ۙ

আৰু যেতিয়া মুছলমানক দেখিছিল তেতিয়া কৈছিলঃ এওঁলোকে সঠিক পথৰ পৰা পথভ্ৰষ্ট হোৱা লোক। কিয়নো এওঁলোকে নিজ পিতৃ-পুৰুষৰ ধৰ্ম ত্যাগ কৰিছে। info
التفاسير:
这业中每段经文的优越:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info