《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
192 : 7

وَلَا یَسْتَطِیْعُوْنَ لَهُمْ نَصْرًا وَّلَاۤ اَنْفُسَهُمْ یَنْصُرُوْنَ ۟

এই উপাস্যবিলাকে নিজৰ উপাসনাকাৰী সকলক একো সহায় কৰিব নোৱাৰে, আনকি নিজৰো সহায় কৰিব নোৱাৰে, তেন্তে কেনেকৈ সিহঁতে এইবোৰৰ উপাসনা কৰে? info
التفاسير:
这业中每段经文的优越:
• في الآيات بيان جهل من يقصد النبي صلى الله عليه وسلم ويدعوه لحصول نفع أو دفع ضر؛ لأن النفع إنما يحصل من قِبَلِ ما أرسل به من البشارة والنذارة.
এই আয়াতসমূহত সেইসকল লোকৰ মুৰ্খতাৰ কথা উল্লেখ কৰা হৈছে, যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক উপকাৰ সাধিবলৈ অথবা বিপদৰ পৰা ৰক্ষা পাবলৈ আহ্বান কৰে, কিয়নো উপকাৰ কেৱল তেখেতৰ সুসংবাদৰ ওপৰত আমল কৰি আৰু সতৰ্ক কৰা বিষয়ৰ পৰা বিৰত থাকি লাভ কৰিব পাৰি, যিটো প্ৰদান কৰি তেখেতক প্ৰেৰণ কৰা হৈছিল। info

• جعل الله بمنَّته من نوع الرجل زوجه؛ ليألفها ولا يجفو قربها ويأنس بها؛ لتتحقق الحكمة الإلهية في التناسل.
আল্লাহে তেওঁৰ অনুগ্ৰহত পতিৰ শ্ৰেণীৰ পৰাই পত্নীক সৃষ্টি কৰিছে, যাতে পতি তাইৰ ওচৰত আহি সন্তুষ্ট হয় আৰু তাইৰ ওচৰত আহি প্ৰশান্তি লাভ কৰে, লগতে যাতে মানৱ বংশৰ ধাৰাবাহিকতা অবিচল থাকে। info

• لا يليق بالأفضل الأكمل الأشرف من المخلوقات وهو الإنسان أن يشتغل بعبادة الأخس والأرذل من الحجارة والخشب وغيرها من الآلهة الباطلة.
আটাইতকৈ উত্তম আৰু মৰ্যাদাপূৰ্ণ সৃষ্টি অৰ্থাৎ মানৱৰ কাৰণে এইটো শোভা নাপায় যে, শিল তথা বাঁহ বেতেৰে তৈয়াৰী অসত্য, তুচ্ছ উপাস্যৰ ইবাদত কৰিব। info