《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
11 : 68

هَمَّازٍ مَّشَّآءٍ بِنَمِیْمٍ ۟ۙ

মানুহৰ বহুতো পৰনিন্দা আৰু পৰচৰ্চাকাৰী ব্যক্তি যাতে সিহঁতৰ মাজত বিচ্ছেদ ঘটাব পৰা যায়। info
التفاسير:
这业中每段经文的优越:
• اتصاف الرسول صلى الله عليه وسلم بأخلاق القرآن.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম, কুৰআনত বৰ্ণিত আচৰণ আৰু ব্যৱহাৰৰ বাস্তৱ নমুনা বা আদৰ্শ আছিল। info

• صفات الكفار صفات ذميمة يجب على المؤمن الابتعاد عنها، وعن طاعة أهلها.
কাফিৰসকলৰ আচৰণ বিধি অতি নিকৃষ্ট। মুমিনসকলে সিহঁতৰ পৰা আৰু সিহঁতৰ অনুসৰণৰ পৰা বিৰত থকা উচিত। info

• من أكثر الحلف هان على الرحمن، ونزلت مرتبته عند الناس.
যিয়ে অধিক শপত কৰে, সি ৰহমান (আল্লাহ)ৰ দৃষ্টিত অতি তুচ্ছ, আৰু সি মানুহৰ দৃষ্টিত নিজৰ সন্মান বিনষ্ট কৰে। info