《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
19 : 67

اَوَلَمْ یَرَوْا اِلَی الطَّیْرِ فَوْقَهُمْ صٰٓفّٰتٍ وَّیَقْبِضْنَ ؕۘؔ— مَا یُمْسِكُهُنَّ اِلَّا الرَّحْمٰنُ ؕ— اِنَّهٗ بِكُلِّ شَیْءٍ بَصِیْرٌ ۟

এই অস্বীকাৰকাৰী বিলাকে নিজৰ ওপৰত চৰাইবোৰক উৰি থকা লক্ষ্য কৰা নাই নে, যিবোৰে কেতিয়াবা শুন্যত পাখী মেলি দিয়ে আৰু কেতিয়া সংকুচিত কৰে। আল্লাহ তাআলাই এইবোৰক পৰি নোযোৱাকৈ আকাশত স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। info
التفاسير:
这业中每段经文的优越:
• اطلاع الله على ما تخفيه صدور عباده.
আল্লাহে বান্দাৰ অন্তৰত গোপন আৰু লুপ্ত থকা সকলো কথাই জানে। info

• الكفر والمعاصي من أسباب حصول عذاب الله في الدنيا والآخرة.
কুফুৰী আৰু পাপ কৰ্ম পৃথিৱী আৰু পৰকালত আল্লাহৰ শাস্তি ভোগ কৰাৰ কাৰণ। info

• الكفر بالله ظلمة وحيرة، والإيمان به نور وهداية.
আল্লাহৰ লগত কুফুৰী হল অন্ধকাৰ আৰু অশান্তি। আৰু তেওঁৰ প্ৰতি ঈমান হ’ল জ্যোতি আৰু হিদায়ত। info