《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
7 : 6

وَلَوْ نَزَّلْنَا عَلَیْكَ كِتٰبًا فِیْ قِرْطَاسٍ فَلَمَسُوْهُ بِاَیْدِیْهِمْ لَقَالَ الَّذِیْنَ كَفَرُوْۤا اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟

(হে ৰাছুল) যদি মই কাগজত লিখা পুথি অৱতীৰ্ণ কৰোঁ, আৰু সেয়া যদি সিহঁতে নিজ চকুৰে দেখা পায় তথা নিজ হাতেৰে চুই দেখে, তথাপিও সিহঁতে নিজৰ অবাধ্যতাৰ কাৰণে ইয়াক অস্বীকাৰ কৰিব আৰু ঈমান পোষণ নকৰিব। লগতে ক'ব, আপুনি যি লৈ আহিছে এয়া স্পষ্ট যাদু। এতেকে ইয়াৰ প্ৰতি আমি ঈমান পোষণ নকৰোঁ। info
التفاسير:
这业中每段经文的优越:
• شدة عناد الكافرين، وبيان إصرارهم على الكفر على الرغم من قيام الحجة عليهم بالأدلة الحسية.
কাফিৰসকলৰ চৰম অবাধ্যতাৰ বৰ্ণনা যে, সিহঁতে অনুভূত দলীল-প্ৰমাণ পোৱাৰ পিছতো কুফৰৰ ওপৰত অটল থাকে। info

• التأمل في سنن الله تعالى في السابقين لمعرفة أسباب هلاكهم والحذر منها.
অতীত লোক সকলৰ প্ৰতি আল্লাহৰ নীতি-নিয়মসমূহৰ চৰ্চা কৰা, যাতে সিহঁতৰ ধ্বংসৰ কাৰণসমূহ গম পোৱা যায় লগতে সেইবোৰৰ পৰা বিৰত থাকিব পাৰি। info

• من رحمة الله بعباده أن لم ينزل لهم رسولًا من الملائكة لأنهم لا يمهلون للتوبة إذا نزل.
বান্দাৰ প্ৰতি আল্লাহৰ অন্যতম এটা কৃপা হৈছে এই যে, তেওঁ সিহঁতৰ প্ৰতি ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাই, কাৰণ এনেকুৱা পৰিস্থিতিত সিহঁতে তাওবাৰ অৱকাশ নাপালেহেঁতেন। info