《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
20 : 58

اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗۤ اُولٰٓىِٕكَ فِی الْاَذَلِّیْنَ ۟

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰে, সিহঁত সেই কাফিৰ জাতিৰ অন্তৰ্ভুক্ত, যিসকলক আল্লাহে পৃ্থিৱী আৰু আখিৰাতত অপমানিত আৰু লাঞ্ছিত কৰিব। info
التفاسير:
这业中每段经文的优越:
• لطف الله بنبيه صلى الله عليه وسلم؛ حيث أدَّب صحابته بعدم المشقَّة عليه بكثرة المناجاة.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দয়া কৰি তেওঁৰ ছাহাবীসকলক শিকাইছে যে, অধিক কানাফুছি কৰি তেওঁক বিৰক্ত নকৰিবা। info

• ولاية اليهود من شأن المنافقين.
ইহুদীসকলৰ সৈতে বন্ধুত্ব ৰখা মুনাফিকসকলৰ কাম। info

• خسران أهل الكفر وغلبة أهل الإيمان سُنَّة إلهية قد تتأخر، لكنها لا تتخلف.
কাফিৰসকল ক্ষতিৰ সন্মুখীন হোৱা আৰু মুমিনসকলৰ প্ৰভুত্ব প্ৰতিষ্ঠা হোৱাটো আল্লাহৰ এটা অন্যতম ৰীতি। যদিও পলম হ'ব পাৰে কিন্তু অন্ধকাৰ নহয়। info