《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
102 : 5

قَدْ سَاَلَهَا قَوْمٌ مِّنْ قَبْلِكُمْ ثُمَّ اَصْبَحُوْا بِهَا كٰفِرِیْنَ ۟

তোমালোকৰ পূৰ্বেও কিছুমানে এনেকুৱা প্ৰশ্ন কৰিছিল, কিন্তু যেতিয়া সিহঁতক সেই বিষয়ে আদেশ দিয়া হৈছিল, তেতিয়া সিহঁতে সেই আদেশ পালন কৰা নাছিল, ফলত সিহঁত কাফিৰত পৰিণত হৈছিল। info
التفاسير:
这业中每段经文的优越:
• الأصل في شعائر الله تعالى أنها جاءت لتحقيق مصالح العباد الدنيوية والأخروية، ودفع المضار عنهم.
আল্লাহ তাআলাৰ ধৰ্মীয় প্ৰতীকৰ উদ্দেশ্য হৈছে, বান্দাৰ ধৰ্মীয় তথা পাৰ্থিৱ প্ৰয়োজনীয়তা পূৰণ কৰা লগতে ক্ষতিকৰ বস্তুবোৰ দূৰ কৰা। info

• عدم الإعجاب بالكثرة، فإنّ كثرة الشيء ليست دليلًا على حِلِّه أو طِيبه، وإنما الدليل يكمن في الحكم الشرعي.
সংখ্যাগৰিষ্ঠতাক লৈ আনন্দিত হোৱা উচিত নহয়, কিয়নো সংখ্যাগৰিষ্ঠতা কোনো বস্তুৰ ভাল অথবা হালাল হোৱাৰ প্ৰমাণ নহয়। বৰং ইয়াৰ বাবে চৰীয়তৰ দলীলৰ প্ৰয়োজন। info

• من أدب المُسْتفتي: تقييد السؤال بحدود معينة، فلا يسوغ السؤال عما لا حاجة للمرء ولا غرض له فيه.
প্ৰশ্ন কৰাৰ এটা নীতি এই যে, প্ৰশ্নৰ নিৰ্দিষ্ট সীমা হোৱা উচিত, এনেকুৱা প্ৰশ্ন কৰা উচিত নহয়, যিটোত কোনো উদ্দেশ্য নাই বা কোনো প্ৰয়োজন নাই। info

• ذم مسالك المشركين فيما اخترعوه وزعموه من محرمات الأنعام ك: البَحِيرة، والسائبة، والوصِيلة، والحامي.
মুশ্বৰিকসকলৰ নীতিক ভৰ্ত্সনা কৰিছে, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কৈছে যে, আল্লাহে বাহীৰা, ছায়েবা, অছীলা তথা হামী আদি জন্তুক হাৰাম কৰিছে। info