《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
34 : 42

اَوْ یُوْبِقْهُنَّ بِمَا كَسَبُوْا وَیَعْفُ عَنْ كَثِیْرٍ ۟ۙ

অথবা মানুহে যি হাৰত গুনাহ কৰিছে সেইবোৰক কেন্দ্ৰ কৰি আল্লাহে এই নাওবোৰক ধুমুহাৰ সন্মুখীন কৰাই ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰে। কিন্তু আল্লাহে বান্দাসকলৰ বহুতো গুনাহ ক্ষমা কৰি দিয়ে, সেইবোৰৰ কাৰণে সিহঁতক শাস্তি নিদিয়ে। info
التفاسير:
这业中每段经文的优越:
• الصبر والشكر سببان للتوفيق للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ ফলত আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰাৰ তাওফীক পোৱা যায়। info

• مكانة الشورى في الإسلام عظيمة.
ইছলামত পৰামৰ্শৰ গুৰুত্ব বহুত। info

• جواز مؤاخذة الظالم بمثل ظلمه، والعفو خير من ذلك.
অন্যায় অনুপাতে প্ৰতিশোধ লোৱা বৈধ, কিন্তু ক্ষমা কৰাটো উত্তম। info