《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
17 : 39

وَالَّذِیْنَ اجْتَنَبُوا الطَّاغُوْتَ اَنْ یَّعْبُدُوْهَا وَاَنَابُوْۤا اِلَی اللّٰهِ لَهُمُ الْبُشْرٰی ۚ— فَبَشِّرْ عِبَادِ ۟ۙ

যিসকলে মূৰ্ত্তি পূজাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, তথা আল্লাহৰ বাহিৰে উপাসনাকৃত সকলো বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছে, লগতে তাওবা কৰি আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে তেওঁলোকৰ বাবে মৃত্যুৰ সময়ত, কবৰৰ মাজত আৰু কিয়ামতৰ দিনা আছে জান্নাতৰ শুভসংবাদ। হে ৰাছুল! আপুনি মোৰ বান্দাসকলক সুসংবাদ দিয়ক। info
التفاسير:
这业中每段经文的优越:
• إخلاص العبادة لله شرط في قبولها.
ইবাদত গ্ৰহণযোগ্য হোৱাৰ চৰ্ত হৈছে, একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে ইবাদত কৰা। info

• المعاصي من أسباب عذاب الله وغضبه.
আল্লাহৰ শাস্তি আৰু তেওঁৰ অসন্তুষ্টিৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে গুনাহ বা পাপকৰ্ম। info

• هداية التوفيق إلى الإيمان بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
ঈমান পোষণ কৰিবলৈ হিদায়তৰ তাওফীক প্ৰদান কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। এই অধিকাৰ ৰাছুলৰ হাততো নাই। info