《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
13 : 39

قُلْ اِنِّیْۤ اَخَافُ اِنْ عَصَیْتُ رَبِّیْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟

হে ৰাছুল! আপুনি কওক, মই কিয়ামত দিৱসৰ মহাশাস্তিক ভয় কৰোঁ, কাৰণ যদি মই আল্লাহৰ অবাধ্যতা কৰোঁ তথা তেওঁৰ আনুগত্য নকৰোঁ (তেন্তে সেই শাস্তিয়ে মোক গ্ৰাস কৰিব)। info
التفاسير:
这业中每段经文的优越:
• إخلاص العبادة لله شرط في قبولها.
ইবাদত গ্ৰহণযোগ্য হোৱাৰ চৰ্ত হৈছে, একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে ইবাদত কৰা। info

• المعاصي من أسباب عذاب الله وغضبه.
আল্লাহৰ শাস্তি আৰু তেওঁৰ অসন্তুষ্টিৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে গুনাহ বা পাপকৰ্ম। info

• هداية التوفيق إلى الإيمان بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
ঈমান পোষণ কৰিবলৈ হিদায়তৰ তাওফীক প্ৰদান কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। এই অধিকাৰ ৰাছুলৰ হাততো নাই। info