《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
29 : 37

قَالُوْا بَلْ لَّمْ تَكُوْنُوْا مُؤْمِنِیْنَ ۟ۚ

তেতিয়া যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে অনুসাৰীসকলক উদ্দেশ্যি ক’বঃ বিষয়টো তেনেকুৱা নহয়, যিদৰে তোমালোকে ভাৱি আছা। বৰং তোমালোক কুফৰীৰ ওপৰত অবিচল আছিলা আৰু ঈমান পোষণ কৰা নাছিলা। বৰং তোমালোক আছিলা অস্বীকাৰকাৰী। info
التفاسير:
这业中每段经文的优越:
• سبب عذاب الكافرين: العمل المنكر؛ وهو الشرك والمعاصي.
কাফিৰসকলক শাস্তি প্ৰদানৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অসৎকৰ্ম, যেনেঃ শ্বিৰ্ক আৰু বিভিন্ন গুনাহসমূহ। info

• من نعيم أهل الجنة أنهم نعموا باجتماع بعضهم مع بعض، ومقابلة بعضهم مع بعض، وهذا من كمال السرور.
জান্নাতীসকলে যিবোৰ নিয়ামত লাভ কৰিব, তাৰ অন্যতম এটা নিয়ামত হৈছে, তেওঁলোকে ইজনে সিজনক সাক্ষাত কৰিবলৈ একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব। এইটো হ’ব তেওঁলোকৰ বাবে আটাইতকৈ আনন্দদায়ক মূহুৰ্ত্ত। info