《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
103 : 37

فَلَمَّاۤ اَسْلَمَا وَتَلَّهٗ لِلْجَبِیْنِ ۟ۚ

ইয়াৰ পিছত তেওঁলোক পিতা-পুত্ৰ যেতিয়া আল্লাহৰ সন্মুখত নত হ’ল আৰু তেওঁৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হ’ল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই দিলে, যাতে তেওঁক কুৰবানী কৰাৰ সেই আদেশ পালন হয়। info
التفاسير:
这业中每段经文的优越:
• قوله: ﴿فَلَمَّآ أَسْلَمَا﴾ دليل على أن إبراهيم وإسماعيل عليهما السلام كانا في غاية التسليم لأمر الله تعالى.
আল্লাহ তাআলাৰ এই বাণীয়ে (فَلَمَّآ أَسْلَمَا) প্ৰমাণ কৰে যে, ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালাম উভয়েই আল্লাহৰ আদেশত শিৰ নত কৰিছিল। info

• من مقاصد الشرع تحرير العباد من عبودية البشر.
চৰীয়তৰ উদ্দেশ্যসমূহৰ পৰা এটা মহৎ উদ্দেশ্য হৈছে, তেওঁৰ বান্দাসকলক মানুহৰ দাসত্বৰ পৰা উলিয়াই অনা। info

• الثناء الحسن والذكر الطيب من النعيم المعجل في الدنيا.
প্ৰশংসা আৰু ভাল চৰ্চা সেইবোৰ নিয়ামতৰ অন্তৰ্ভুক্ত, যিবোৰ বান্দাই পৃথিৱীত লাভ কৰে। info