《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
26 : 35

ثُمَّ اَخَذْتُ الَّذِیْنَ كَفَرُوْا فَكَیْفَ كَانَ نَكِیْرِ ۟۠

ইয়াৰ পিছতো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, লগতে আল্লাহৰ ফালৰ পৰা লৈ অহা ৰাছুলসকলৰ বাৰ্তাবোৰৰ অৱমাননা কৰিছিল। ফলত অস্বীকাৰকাৰীসকলক মই ধ্বংস কৰিছিলোঁ। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, মোক অস্বীকাৰ কৰাৰ পৰিণাম কেনেকুৱা আছিল, যেতিয়া আমি সিহঁতক ধ্বংস কৰিছিলোঁ। info
التفاسير:
这业中每段经文的优越:
• نفي التساوي بين الحق وأهله من جهة، والباطل وأهله من جهة أخرى.
সত্য তথা সত্যবাদী আৰু অসত্য তথা অসত্যবাদী কেতিয়াও সমান হ'ব নোৱাৰে। info

• كثرة عدد الرسل عليهم السلام قبل رسولنا صلى الله عليه وسلم دليل على رحمة الله وعناد الخلق.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে অসংখ্য ৰাছুল আগমন কৰাটো এই কথা প্ৰমাণ কৰে যে, আল্লাহ হৈছে অতি দয়ালু আৰু মানৱ হৈছে দূৰাচাৰী তথা অনাচাৰী। info

• إهلاك المكذبين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰাটো হৈছে পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা ধাৰাবাহিক নীতি। info

• صفات الإيمان تجارة رابحة، وصفات الكفر تجارة خاسرة.
ঈমানৰ গুণাগুণ হৈছে ফলপ্ৰসূ ব্যৱসায়। আনহাতে কুফৰী কৰ্ম হৈছে ক্ষতিকৰ ব্যৱসায়। info