《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
22 : 33

وَلَمَّا رَاَ الْمُؤْمِنُوْنَ الْاَحْزَابَ ۙ— قَالُوْا هٰذَا مَا وَعَدَنَا اللّٰهُ وَرَسُوْلُهٗ وَصَدَقَ اللّٰهُ وَرَسُوْلُهٗ ؗ— وَمَا زَادَهُمْ اِلَّاۤ اِیْمَانًا وَّتَسْلِیْمًا ۟ؕ

মুমিনসকলে যেতিয়া তেওঁলোকৰ সৈতে যুদ্ধ কৰিবলৈ অহা সন্মিলিত সেনাবাহিনীক স্বচক্ষে দেখা পালে তেতিয়া তেওঁলোকে ক’লেঃ এইটোৱেই হৈছে সেই কঠিন সন্ধিক্ষণ তথা পৰীক্ষাৰ সময়, লগতে সহায়-সহযোগিতাৰ সময়, যিটোৰ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক প্ৰতিশ্ৰুতি দিছিল। গতিকে আল্লাহ আৰু তেওঁৰ ৰাছুলে এই বিষয়ে যি যি কৈছিল সেয়া সত্য, তথা বাস্তৱ। সেনাবাহিনীক দেখি আল্লাহৰ প্ৰতি তেওঁলোকৰ ঈমান আৰু আনুগত্যৰ উৎসাহ উদ্দীপনাহে বৃদ্ধি হ’ল। info
التفاسير:
这业中每段经文的优越:
• الآجال محددة؛ لا يُقَرِّبُها قتال، ولا يُبْعِدُها هروب منه.
মৃত্যুৰ সময় নিৰ্ধাৰিত। যুদ্ধৰ ফলত ই কেতিয়াও নিকটৱৰ্তী নহয়। আনহাতে পলায়নৰ ফলত এই সময় কেতিয়াও পিছুৱাই নাযায়। info

• التثبيط عن الجهاد في سبيل الله شأن المنافقين دائمًا.
আল্লাহৰ পথত জিহাদ কৰিবলৈ বাধা প্ৰদান কৰাটো হৈছে মুনাফিকসকলৰ পৰম্পৰাগত চৰিত্ৰ। info

• الرسول صلى الله عليه وسلم قدوة المؤمنين في أقواله وأفعاله.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ মুমিনসকলৰ বাবে উত্তম আদৰ্শ। info

• الثقة بالله والانقياد له من صفات المؤمنين.
আল্লাহৰ প্ৰতি ভৰসা কৰা আৰু তেওঁৰ আনুগত্য কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info