《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
17 : 32

فَلَا تَعْلَمُ نَفْسٌ مَّاۤ اُخْفِیَ لَهُمْ مِّنْ قُرَّةِ اَعْیُنٍ ۚ— جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟

কোনোৱেই নাজানে আল্লাহে তেওঁলোকৰ চকু শীতল কৰিবলৈ কি কি প্ৰস্তুত কৰি ৰাখিছে। এইবোৰ দৰাচলতে তেওঁলোকৰ সেই সৎকৰ্মসমূহৰ প্ৰতিদান, যিবোৰ তেওঁলোকে পৃথিৱীত কৰিছিল। এইটো ইমান ডাঙৰ প্ৰতিদান যিটো আল্লাহৰ বাহিৰে আন কোনেও আয়ত্ত কৰিব নোৱাৰে। info
التفاسير:
这业中每段经文的优越:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়। info

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ। info

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়। info