《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
23 : 29

وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِ اللّٰهِ وَلِقَآىِٕهٖۤ اُولٰٓىِٕكَ یَىِٕسُوْا مِنْ رَّحْمَتِیْ وَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟

যিসকল লোকে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তথা কিয়ামতৰ দিনা হ’বলগীয়া তেওঁৰ সাক্ষাতক নসাৎ কৰিছে, সেইসকল লোকেই মোৰ ৰহমতৰ পৰা নিৰাশ হৈছে। এতেকে সিহঁতৰ এই কুফৰীৰ কাৰণে সিহঁতে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে সিহঁতৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অপেক্ষা কৰি আছে। info
التفاسير:
这业中每段经文的优越:
• الأصنام لا تملك رزقًا، فلا تستحق العبادة.
মূৰ্ত্তিবোৰ যিহেতু জীৱিকাৰ মালিক নহয়, গতিকে সেইবোৰ কেতিয়াও ইবাদতৰ যোগ্য হ'ব নোৱাৰে। info

• طلب الرزق إنما يكون من الله الذي يملك الرزق.
একমাত্ৰ আল্লাহৰ ওচৰতেই জীৱিকা প্ৰাৰ্থনা কৰা উচিত, তেৱেঁই জীৱিকা প্ৰদানত সামৰ্থৱান। info

• بدء الخلق دليل على البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে হৈছে পুনৰুত্থানৰ অকাট্য প্ৰমাণ। info

• دخول الجنة محرم على من مات على كفره.
কুফৰীৰ অৱস্থাত যি ব্যক্তিয়ে মৃত্যুবৰণ কৰিব, তাৰ ওপৰত জান্নাত হাৰাম। info