《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
7 : 27

اِذْ قَالَ مُوْسٰی لِاَهْلِهٖۤ اِنِّیْۤ اٰنَسْتُ نَارًا ؕ— سَاٰتِیْكُمْ مِّنْهَا بِخَبَرٍ اَوْ اٰتِیْكُمْ بِشِهَابٍ قَبَسٍ لَّعَلَّكُمْ تَصْطَلُوْنَ ۟

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুছা আলাইহিচ্ছালামে তেওঁৰ পৰিয়ালবৰ্গক কৈছিলঃ মই জুই দেখা পাইছোঁ, নিশ্চয় মই সেই জুই জ্বলোৱা ব্যক্তিৰ পৰা পথ সম্পৰ্কে খা-খবৰ লৈ আহিম, নাইবা তাৰ পৰা একুৰা জুই লৈ আহিম, যাতে তোমালোকে শীতৰ পৰা অলপ ৰক্ষা পোৱা। info
التفاسير:
这业中每段经文的优越:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক। info

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা। info

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। info