《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
78 : 21

وَدَاوٗدَ وَسُلَیْمٰنَ اِذْ یَحْكُمٰنِ فِی الْحَرْثِ اِذْ نَفَشَتْ فِیْهِ غَنَمُ الْقَوْمِ ۚ— وَكُنَّا لِحُكْمِهِمْ شٰهِدِیْنَ ۟ۙ

হে ৰাছুল! দাঊদ আৰু তেওঁৰ পুত্ৰ ছুলাইমান আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, যেতিয়া তেওঁলোকে দুজন বিবাদকাৰী লোকৰ মীমাংসা কৰি আছিল, যি দুজনে তেওঁলোকৰ ওচৰত মীমাংসা বিচাৰি আহিছিল। বিষয়টো আছিল এনেকুৱাঃ এজন ব্যক্তিৰ ছাগলীয়ে ৰাতিৰ ভাগত দ্বিতীয় ব্যক্তিৰ খেতিত সোমাই লোকচান কৰিছিল। ইপিনে আমি দাঊদ আৰু ছুলাইমানৰ মীমাংসা প্ৰত্যক্ষ কৰি আছিলোঁ। তেওঁলোকৰ মীমাংসাৰ কোনো এটা অংশ আমাৰ পৰা গোপন নাছিল। info
التفاسير:
这业中每段经文的优越:
• فعل الخير والصلاة والزكاة، مما اتفقت عليه الشرائع السماوية.
সৎকৰ্ম কৰা, চালাত আদায় কৰা, যাকাত প্ৰদান কৰা আদি এনেকুৱা উপদেশ, যিবোৰ প্ৰত্যেক আচমানী গ্ৰন্থত উল্লেখ আছে। info

• ارتكاب الفواحش سبب في وقوع العذاب المُسْتَأْصِل.
অশ্লীল কৰ্ম হৈছে বিনাশ বা ধ্বংসৰ অন্যতম কাৰণ। info

• الصلاح سبب في الدخول في رحمة الله.
সদাচাৰিতা হৈছে আল্লাহৰ ৰহমতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• الدعاء سبب في النجاة من الكروب.
দুআ হৈছে বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info