《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
46 : 18

اَلْمَالُ وَالْبَنُوْنَ زِیْنَةُ الْحَیٰوةِ الدُّنْیَا ۚ— وَالْبٰقِیٰتُ الصّٰلِحٰتُ خَیْرٌ عِنْدَ رَبِّكَ ثَوَابًا وَّخَیْرٌ اَمَلًا ۟

ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য। আখিৰাতত ধন-সম্পদৰ উপকাৰ সেই অনুপাতেই হ'ব যি অনুপাতে সি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে ব্যয় কৰিছে। সন্তুষ্টিমূলক কথা আৰু কৰ্ম আল্লাহৰ দৃষ্টিত পাৰ্থিৱ জীৱনৰ সকলো সৌন্দৰ্যতকৈ উত্তম। সেইটো অতি উত্তম, যিটো মানুহে কামনা কৰে। কিয়নো পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য হৈছে ধ্বংসশীল, আনহাতে আল্লাহক সন্তুষ্ট কৰিব পৰা কথা কৰ্মৰ ছোৱাব হৈছে চিৰস্থায়ী। info
التفاسير:
这业中每段经文的优越:
• على العبد الإكثار من الباقيات الصالحات، وهي كل عمل صالح من قول أو فعل يبقى للآخرة.
বান্দাসকলে বেছি বেছি স্থায়ী নেক কৰ্ম কৰা উচিত, সেয়া হৈছে প্ৰত্যেক পূণ্যৱান কথা-কৰ্ম, এইবোৰ আখিৰাতৰ বাবে চিৰস্থায়ী। info

• على العبد تذكر أهوال القيامة، والعمل لهذا اليوم حتى ينجو من أهواله، وينعم بجنة الله ورضوانه.
বান্দাসকলে কিয়ামতৰ ভয়ৱহতা স্মৰণ কৰা উচিত। লগতে সেইদিৱসৰ ভয়ৱহতাৰ পৰা ৰক্ষা পাবলৈ নেক আমল কৰা উচিত, যাতে আল্লাহৰ জান্নাত আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিব পাৰে। info

• كَرَّم الله تعالى أبانا آدم عليه السلام والجنس البشري بأجمعه بأمره الملائكة أن تسجد له في بدء الخليقة سجود تحية وتكريم.
আল্লাহে আমাৰ আদি পিতা আদম আলাইহিচ্ছালামক আৰু গোটেই মানৱজাতিক সন্মানিত কৰিছে। সেয়ে তেওঁ সৃষ্টিৰ আৰম্ভণিতেই আদেশৰ জৰিয়তে ফিৰিস্তাসকলৰ হতোৱাই সন্মান আৰু অভিবাদনৰ ছাজদাহ কৰোৱাইছিল। info

• في الآيات الحث على اتخاذ الشيطان عدوًّا.
উক্ত আয়াতসমূহত চয়তানক শত্ৰু গণ্য কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। info