Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
76 : 9

فَلَمَّاۤ اٰتٰىهُمْ مِّنْ فَضْلِهٖ بَخِلُوْا بِهٖ وَتَوَلَّوْا وَّهُمْ مُّعْرِضُوْنَ ۟

কিন্তু আল্লাহে যেতিয়া নিজ কৃপাত সিহঁতক ধন-সম্পদ প্ৰদান কৰিলে, তেতিয়া সিহঁত আল্লাহৰ লগত কৰা প্ৰতিজ্ঞাৰ পৰা বিমুখ উভতি আহিলে আৰু সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। বৰং কৃপণালী কৰিলে আৰু দান কৰাৰ পৰা নিজকে বিৰত ৰাখিলে। আৰু এনেকৈ বিমুখ হ'ল যে ঈমানহাৰা হৈ গ'ল। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• وجوب جهاد الكفار والمنافقين، فجهاد الكفار باليد وسائر أنواع الأسلحة الحربية، وجهاد المنافقين بالحجة واللسان.
কাফিৰ আৰু মুনাফিকৰ লগত জিহাদ কৰা ফৰজ। যদিও কাফিৰৰ লগত জিহাদ হাত তথা যুদ্ধৰ অস্ত্ৰৰে কৰা হব আৰু মুনাফিকৰ লগত প্ৰমাণ আৰু যুক্তিৰে কৰা হ'ব। info

• المنافقون من شرّ الناس؛ لأنهم غادرون يقابلون الإحسان بالإساءة.
মুনাফিক হৈছে আটাইতকৈ নিকৃষ্ট মানৱ, কিয়নো সিহঁত বিশ্বাসঘাতক। উপকাৰৰ প্ৰতিদান অপকাৰেৰে দিয়ে। info

• في الآيات دلالة على أن نقض العهد وإخلاف الوعد يورث النفاق، فيجب على المسلم أن يبالغ في الاحتراز عنه.
উক্ত আয়াতবোৰত এই কথাৰ প্ৰমাণ পোৱা যায় যে, সন্ধি উলংঘা কৰিলে আৰু প্ৰতিশ্ৰুতি ভঙ্গ কৰিলে নিফাক সৃষ্টি হয়। এতেকে মুছলিমসকলে এনেকুৱা কাৰ্যৰ পৰা বিৰত থকা উচিত। info

• في الآيات ثناء على قوة البدن والعمل، وأنها تقوم مقام المال، وهذا أصل عظيم في اعتبار أصول الثروة العامة والتنويه بشأن العامل.
উক্ত আয়াতবোৰত শক্তিশালী শৰীৰ আৰু কৰ্মৰ প্ৰশংসা কৰা হৈছে, লগতে এইটোও যে এটা সম্পত্তি সেই কথাকো প্ৰমাণ কৰা হৈছে। প্ৰকৃততে এয়া সাৰ্বজনিক সম্পত্তি আৰু অধ্যৱসায়ৰ গুৰুত্ব বুজোৱাৰ এটা গুৰুত্বপূৰ্ণ মৌলিক বিধান। info