Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
65 : 56

لَوْ نَشَآءُ لَجَعَلْنٰهُ حُطَامًا فَظَلْتُمْ تَفَكَّهُوْنَ ۟

আমি ইচ্ছা কৰিলে সেই শস্যক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, যি শস্য পকিছে তথা চপাই লোৱাৰ নিকটৱর্তী সময়ত উপনীত হৈছে। কিন্তু তেনে কৰিলে তোমালোক হতাশ হৈ পৰিবা। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• دلالة الخلق الأول على سهولة البعث ظاهرة.
প্ৰথম বাৰৰ সৃষ্টিয়ে প্ৰকাশ্যভাৱে প্ৰমাণ কৰে যে পুনৰুত্থানৰ বিষয়টো অতি সহজ। info

• إنزال الماء وإنبات الأرض والنار التي ينتفع بها الناس نعم تقتضي من الناس شكرها لله، فالله قادر على سلبها متى شاء.
পানীৰ অৱতাৰণ, ভূমিৰ পৰা উৎপাদন আৰু মানুহৰ উপকাৰত ব্যৱহৃত হোৱা জুই, এইসকলোবোৰ নিয়ামতে মানুহৰ ফালৰ পৰা আল্লাহৰ কৃতজ্ঞতা দাবী কৰে। কিয়নো, আল্লাহে ইচ্ছা কৰিলে এইবোৰ মানুহৰ পৰা হৰণ কৰিবলৈ সক্ষম। info

• الاعتقاد بأن للكواكب أثرًا في نزول المطر كُفْرٌ، وهو من عادات الجاهلية.
বৰষুণৰ বাবে তৰাৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰাটো কুফৰী। এইটো হৈছে অজ্ঞতা যুগৰ প্ৰথা। info