Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
23 : 48

سُنَّةَ اللّٰهِ الَّتِیْ قَدْ خَلَتْ مِنْ قَبْلُ ۖۚ— وَلَنْ تَجِدَ لِسُنَّةِ اللّٰهِ تَبْدِیْلًا ۟

প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানতে মুমিনসকলৰ বিজয় আৰু কাফিৰসকল পৰাস্ত হোৱাটো নিশ্চিত। এই অস্বীকাৰকাৰীসকলৰ পূৰ্বে অতিবাহিত হোৱা উম্মতবোৰৰ মাজতো এই ধাৰাবাহিকতা চলি আহিছে। হে ৰাছুল! আল্লাহৰ নীতি-নিয়মত আপুনি কোনো ধৰণৰ পৰিবৰ্তন নাপাব। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• إخبار القرآن بمغيبات تحققت فيما بعد - مثل الفتوح الإسلامية - دليل قاطع على أن القرآن الكريم من عند الله.
কোৰআনুল কাৰীমে কিছুমান এনেকুৱা অদৃশ্য বিষয় সম্পৰ্কে সংবাদ দিছে, যিবোৰ পিছলৈ বাস্তৱত পৰিণত হৈছে, যেনে- ইছলামী বিজয় আদি। কোৰআনুল কাৰীম সম্পৰ্কে এইবোৰেই হৈছে অকাট্য প্ৰমাণ যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। info

• تقوم أحكام الشريعة على الرفق واليسر.
চৰীয়তৰ বিধি-বিধানবোৰ সহজ-সৰল আৰু কৃপা নিৰ্ভৰশীল। info

• جزاء أهل بيعة الرضوان منه ما هو معجل، ومنه ما هو مدَّخر لهم في الآخرة.
বাইআতে ৰিজৱানত অংশগ্ৰহণ কৰা চাহাবাসকলক তেওঁলোকৰ প্ৰতিদানৰ কিছু অংশ পৃথিৱীতেই দান কৰা হৈছে আৰু বাকীখিনি আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হৈছে। info

• غلبة الحق وأهله على الباطل وأهله سُنَّة إلهية.
সত্য আৰু সত্যবাদীসকলে, অসত্য তথা অসত্যবাদীসকলৰ ওপৰত সদায় বিজয় লাভ কৰিব, এইটোৱে চলি অহা আল্লাহৰ ৰীতি। info