Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
16 : 46

اُولٰٓىِٕكَ الَّذِیْنَ نَتَقَبَّلُ عَنْهُمْ اَحْسَنَ مَا عَمِلُوْا وَنَتَجَاوَزُ عَنْ سَیِّاٰتِهِمْ فِیْۤ اَصْحٰبِ الْجَنَّةِ ؕ— وَعْدَ الصِّدْقِ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ۟

এনেকুৱা লোকৰ পৰাই আমি তেওঁলোকৰ সৎকৰ্মবোৰ কবূল কৰোঁ আৰু তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰোঁ, তেওঁলোকৰ ত্ৰুটিবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰোঁ। তেওঁলোক হৈছে জান্নাতীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক প্ৰদান কৰা এই প্ৰতিশ্ৰুতি হৈছে সত্য প্ৰতিশ্ৰুতি। নিশ্চিতৰূপে এইটো কাৰ্যকৰি হ’বই। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• بيان مكانة بِرِّ الوالدين في الإسلام، بخاصة في حق الأم، والتحذير من العقوق.
ইছলামত পিতা-মাতাৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ গুৰুত্ব প্ৰদান কৰা হৈছে, বিশেষকৈ মাকৰ সৈতে, আৰু তেওঁলোকৰ অবাধ্যতা কৰাৰ পৰা নিষেধ কৰা হৈছে। info

• بيان خطر التوسع في ملاذّ الدنيا؛ لأنها تشغل عن الآخرة.
পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসক অগ্ৰাধিকাৰ দিয়াৰ ভয়াৱহতা, কিয়নো এইবোৰে মানুহক আখিৰাতৰ পৰা অমনোযোগী কৰি তোলে। info

• بيان الوعيد الشديد لأصحاب الكبر والفسوق.
অহংকাৰী আৰু পাপিষ্ঠসকলক কঠোৰভাৱে সতৰ্ক কৰা হৈছে। info