Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
13 : 44

اَنّٰی لَهُمُ الذِّكْرٰی وَقَدْ جَآءَهُمْ رَسُوْلٌ مُّبِیْنٌ ۟ۙ

কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব তথা নিজ প্ৰতিপালকৰ নৈকট্য অৱলম্বন কৰিব, অথচ সিহঁতৰ ওচৰলৈ স্পষ্ট বাৰ্তা লৈ এজন ৰাছুল প্ৰেৰিত হৈছিল, যাৰ সত্যতা আৰু বিশ্বস্ততা সম্পৰ্কে তেওঁলোক অৱগত আছিল? info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• نزول القرآن في ليلة القدر التي هي كثيرة الخيرات دلالة على عظم قدره.
অসংখ্য কল্যাণ নিহিত থকা কদৰৰ ৰাতিত এই কোৰআন অৱতীৰ্ণ হৈছে, ইয়ে কোৰআনৰ গুৰুত্ব প্ৰমাণ কৰে। info

• بعثة الرسل ونزول القرآن من مظاهر رحمة الله بعباده.
ৰাছুল প্ৰেৰণ, কোৰআন অৱতীৰ্ণ আদি হৈছে বান্দাসকলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ। info

• رسالات الأنبياء تحرير للمستضعفين من قبضة المتكبرين.
ৰাছুলসকলৰ ৰিছালতৰ উদ্দেশ্য হৈছে দুৰ্বল লোকসকলক অহংকাৰী লোকৰ অধীনৰ পৰা স্বাধীন কৰা। info