Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
32 : 42

وَمِنْ اٰیٰتِهِ الْجَوَارِ فِی الْبَحْرِ كَالْاَعْلَامِ ۟ؕ

সাগৰত চলাচল কৰা পৰ্বত সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড নাও তথা জাহাজবোৰো আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ অন্যতম নিদৰ্শন। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الصبر والشكر سببان للتوفيق للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ ফলত আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰাৰ তাওফীক পোৱা যায়। info

• مكانة الشورى في الإسلام عظيمة.
ইছলামত পৰামৰ্শৰ গুৰুত্ব বহুত। info

• جواز مؤاخذة الظالم بمثل ظلمه، والعفو خير من ذلك.
অন্যায় অনুপাতে প্ৰতিশোধ লোৱা বৈধ, কিন্তু ক্ষমা কৰাটো উত্তম। info