Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
28 : 37

قَالُوْۤا اِنَّكُمْ كُنْتُمْ تَاْتُوْنَنَا عَنِ الْیَمِیْنِ ۟

সেইদিনা অনুসাৰীসকলে অনুসৰণ কৰা লোকসকলক উদ্দেশ্যি ক’বঃ হে আমাৰ নেতাসকল! তোমালোকে ধৰ্মৰ পোছাক পৰিধান কৰি সত্যৰ সুযোগলৈ আমাৰ দৃষ্টিত কুফৰী আৰু শ্বিৰ্কক শোভনীয় কৰি দিছিলা, যাতে আমি গুনাহত লিপ্ত থাকোঁ। তথা আমাক সেই সত্যৰ পৰা আঁতৰা ৰাখিছিলা, যিটো ৰাছুলসকলে আল্লাহৰ পৰা লৈ আহিছিল। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• سبب عذاب الكافرين: العمل المنكر؛ وهو الشرك والمعاصي.
কাফিৰসকলক শাস্তি প্ৰদানৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অসৎকৰ্ম, যেনেঃ শ্বিৰ্ক আৰু বিভিন্ন গুনাহসমূহ। info

• من نعيم أهل الجنة أنهم نعموا باجتماع بعضهم مع بعض، ومقابلة بعضهم مع بعض، وهذا من كمال السرور.
জান্নাতীসকলে যিবোৰ নিয়ামত লাভ কৰিব, তাৰ অন্যতম এটা নিয়ামত হৈছে, তেওঁলোকে ইজনে সিজনক সাক্ষাত কৰিবলৈ একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব। এইটো হ’ব তেওঁলোকৰ বাবে আটাইতকৈ আনন্দদায়ক মূহুৰ্ত্ত। info