Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
38 : 35

اِنَّ اللّٰهَ عٰلِمُ غَیْبِ السَّمٰوٰتِ وَالْاَرْضِ ؕ— اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟

নিশ্চয় আল্লাহ আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ জ্ঞানৰ বাহিৰত একোৱেই নাই। বান্দাই নিজ অন্তৰত সৎ-অসৎ যি যি গোপন কৰে, সেই সকলো বিষয়ে নিশ্চিতভাৱে আল্লাহ অৱগত। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• فضل أمة محمد صلى الله عليه وسلم على سائر الأمم.
আন আন সকলো উম্মতৰ ওপৰত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক প্ৰাধান্য দিয়া হৈছে। info

• تفاوت إيمان المؤمنين يعني تفاوت منزلتهم في الدنيا والآخرة.
মুমিনসকলৰ ঈমানৰ তাৰতম্যই প্ৰমাণ কৰে যে, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ মৰ্যাদা ভিন ভিন হ’ব। info

• الوقت أمانة يجب حفظها، فمن ضيعها ندم حين لا ينفع الندم.
সময় হৈছে এটা আমানত, ইয়াক সুৰক্ষিত ৰখা অনিবাৰ্য। যিয়ে ইয়াক অপচয় কৰিব, সি এনেকুৱা সময়ত অনুতপ্ত হ’ব, যি সময়ৰ অনুতপ্তই একো লাভ নিদিব। info

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info