Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
23 : 32

وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ فَلَا تَكُنْ فِیْ مِرْیَةٍ مِّنْ لِّقَآىِٕهٖ وَجَعَلْنٰهُ هُدًی لِّبَنِیْۤ اِسْرَآءِیْلَ ۟ۚ

নিশ্চয় আমি মুছাক তাওৰাত প্ৰদান কৰিছিলোঁ। এতেকে হে ৰাছুল! ইছৰা আৰু মিৰাজৰ ৰাতি আপুনি মুছাৰ লগত কৰা সাক্ষাৎ সম্পৰ্কে সন্দেহ পোষণ নকৰিব। আমি মুছাৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থক বনী ইছৰাঈলৰ বাবে বিভ্ৰান্তিৰ পৰা উদ্ধাৰ হোৱাৰ পথপ্ৰদৰ্শক বনাইছিলোঁ। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• عذاب الكافر في الدنيا وسيلة لتوبته.
পৃথিৱীত কাফিৰসকলক শাস্তি দিয়াৰ উদ্দেশ্য হৈছে সিহঁতে যাতে তাওবা কৰে। info

• ثبوت اللقاء بين نبينا صلى الله عليه وسلم وموسى عليه السلام ليلة الإسراء والمعراج.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছা আলাইহিচ্ছালামৰ লগত ইছৰা আৰু মিৰাজৰ ৰাতি সাক্ষাৎ হোৱাৰ প্ৰমাণ পোৱা গ’ল। info

• الصبر واليقين صفتا أهل الإمامة في الدين.
ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাস হৈছে ধৰ্মৰ প্ৰতিনিধিসকলৰ দুটা অন্যতম বৈশিষ্ট্য। info