Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
160 : 3

اِنْ یَّنْصُرْكُمُ اللّٰهُ فَلَا غَالِبَ لَكُمْ ۚ— وَاِنْ یَّخْذُلْكُمْ فَمَنْ ذَا الَّذِیْ یَنْصُرُكُمْ مِّنْ بَعْدِهٖ ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟

যদি আল্লাহে নিজ সহায়েৰে তোমালোকক সমৰ্থন কৰে, তেন্তে কোনেও তোমালোকক পৰাজিত কৰিব নোৱাৰে, যদিও পৃথিৱীবাসী তোমালোকৰ বিৰুদ্ধে একত্ৰিত নহওঁক কিয়। আৰু যদি তেওঁ তোমালোকক সহায় কৰা এৰি দিয়ে আৰু তোমালোকক তোমালোকৰ ওপৰত এৰি দিয়ে তেন্তে ইয়াৰ পিছত কোনেও তোমালোকক সহায় কৰিব নোৱাৰিব। সহায় কেৱল একমাত্ৰ তেওঁৰ হাতত। সেয়ে মুমিনসকলে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত, আন কাৰো ওপৰত নহয়। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• النصر الحقيقي من الله تعالى، فهو القوي الذي لا يحارب، والعزيز الذي لا يغالب.
প্ৰকৃত সহায় একমাত্ৰ আল্লাহৰ তৰফৰ পৰা আহে। তেওঁ ইমান শক্তিশালী যে, তেওঁৰ লগত যুদ্ধ কৰা অসম্ভৱ। তেওঁ ইমান প্ৰভুত্বশালী যে, তেওঁক পৰাজয় কৰা অসম্ভৱ। info

• لا تستوي في الدنيا حال من اتبع هدى الله وعمل به وحال من أعرض وكذب به، كما لا تستوي منازلهم في الآخرة.
যিয়ে আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিছে আৰু তাৰ ওপৰত আমল কৰিছে, পৃথিৱীত তাৰ অৱস্থা সেই ব্যক্তিৰ দৰে হব নোৱাৰে, যিয়ে হিদায়তৰ পৰা বিমুখ হৈছে আৰু অস্বীকাৰ কৰিছে। এইদৰে আখিৰাততো সিহঁতৰ স্থান সমান হ’ব নোৱাৰে। info

• ما ينزل بالعبد من البلاء والمحن هو بسبب ذنوبه، وقد يكون ابتلاء ورفع درجات، والله يعفو ويتجاوز عن كثير منها.
বান্দাৰ প্ৰতি যি আপদ-বিপদ আহে, সেয়া তাৰ গুনাহৰ কাৰণে আহে। কেতিয়াবা কেতিয়াবা সেয়া পৰীক্ষা স্বৰূপেও আহে, ফলত বান্দাৰ মৰ্যদা বৃদ্ধি পায়। আনকি আল্লাহে বহুত গুনাহ ক্ষমা কৰি দিয়ে। info