Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
77 : 26

فَاِنَّهُمْ عَدُوٌّ لِّیْۤ اِلَّا رَبَّ الْعٰلَمِیْنَ ۟ۙ

নিঃসন্দেহে সেইবোৰ আটায়ে মোৰ শত্ৰু। কাৰণ সেইবোৰ হৈছে অসত্য। একমাত্ৰ আল্লাহৰ বাহিৰে, কিয়নো তেওঁ গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الله مع عباده المؤمنين بالنصر والتأييد والإنجاء من الشدائد.
আল্লাহে সদায় তেওঁৰ মুমিন বান্দাসকলক সহায়, সমৰ্থন কৰে, তথা তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰে। info

• ثبوت صفتي العزة والرحمة لله تعالى.
সৰ্বশক্তিমান আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• خطر التقليد الأعمى.
অন্ধ অনুকৰণৰ লোকচান। info

• أمل المؤمن في ربه عظيم.
মুমিনসকল নিজ প্ৰতিপালকৰ ওচৰত ডাঙৰ আশাবাদী। info