Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
82 : 21

وَمِنَ الشَّیٰطِیْنِ مَنْ یَّغُوْصُوْنَ لَهٗ وَیَعْمَلُوْنَ عَمَلًا دُوْنَ ذٰلِكَ ۚ— وَكُنَّا لَهُمْ حٰفِظِیْنَ ۟ۙ

লগতে চয়তানবোৰকো আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিবোৰে সাগৰৰ গভীৰৰ পৰা তেওঁৰ বাবে মুকুতা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ বাহিৰেও আন আন কাম কৰিছিল, যেনে অট্টালিকা আদি নিৰ্মাণ কৰা। আমি সিহঁতৰ সংখ্যা আৰু কৰ্ম সম্পৰ্কে অৱগত। এই ক্ষেত্ৰত কোনো বিষয়েই আমাৰ পৰা গোপন নহয়। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الصلاح سبب للرحمة.
সৎকৰ্ম হৈছে আল্লাহৰ ৰহমত লাভ কৰাৰ অন্যতম উপায়। info

• الالتجاء إلى الله وسيلة لكشف الكروب.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিলে বিপদ-আপদ দূৰ হয়। info

• فضل طلب الولد الصالح ليبقى بعد الإنسان إذا مات.
নেক সন্তানৰ প্ৰাৰ্থনাৰ গুৰুত্ব, যাতে মানুহজন মৃত্যুবৰণ কৰিলেও দুআ কৰিবলৈ তেওঁৰ সন্তান বাকী থাকে। info

• الإقرار بالذنب، والشعور بالاضطرار لله وشكوى الحال له، وطاعة الله في الرخاء من أسباب إجابة الدعاء وكشف الضر.
গুনাহ স্বীকাৰ কৰিলে, আল্লাহৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰিলে, কেৱল তেওঁৰ ওচৰতেই দুআ কৰিলে, তথা সুখ-শান্তিৰ সময়ত আল্লাহক স্মৰণ কৰিলে দুআ কবূল হয়, লগতে বিপদ-আপদৰ পৰা ৰক্ষা পোৱা যায়। info