Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
57 : 19

وَّرَفَعْنٰهُ مَكَانًا عَلِیًّا ۟

আমি তেওঁক নবুওৱত প্ৰদান কৰি তেওঁৰ চৰ্চাক সমুন্নত কৰিছিলোঁ। এইদৰে তেওঁ উচ্চ স্থানৰ অধিকাৰী আছিল। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• حاجة الداعية دومًا إلى أنصار يساعدونه في دعوته.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে সদায় এনেকুৱা লোকৰ আৱশ্যক হয়, যিসকলে তেওঁক ধৰ্ম প্ৰচাৰ কাৰ্যত সহায় কৰিব। info

• إثبات صفة الكلام لله تعالى.
এই কথাৰ স্পষ্ট প্ৰমাণ যে, মহান আল্লাহে কথা কয়। info

• صدق الوعد محمود، وهو من خلق النبيين والمرسلين، وضده وهو الخُلْف مذموم.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে প্ৰশংসনীয় বিষয় তথা নবী আৰু ৰাছুলসকলৰ বৈশিষ্ট্য। পক্ষান্তৰে প্ৰতিশ্ৰুতি ভঙ্গ কৰাটো হৈছে নিন্দনীয় বিষয়। info

• إن الملائكة رسل الله بالوحي لا تنزل على أحد من الأنبياء والرسل من البشر إلا بأمر الله.
নিশ্চয় ফিৰিস্তাসকল হৈছে আল্লাহৰ বাৰ্তাবাহক। নবী আৰু ৰাছুলসকলৰ ওচৰত তেওঁলোকে আল্লাহৰ আদেশ অনুযায়ী অৱতৰণ কৰে। info