Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
104 : 18

اَلَّذِیْنَ ضَلَّ سَعْیُهُمْ فِی الْحَیٰوةِ الدُّنْیَا وَهُمْ یَحْسَبُوْنَ اَنَّهُمْ یُحْسِنُوْنَ صُنْعًا ۟

সিহঁত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা প্ৰত্যক্ষ কৰিব যে, পৃথিৱীত কৰা সিহঁতৰ সকলো কৰ্ম অথলে গৈছে। অথচ সিহঁতে পৃথিৱীত ভাৱিছিল যে সিহঁতে ভাল কৰি আছে, তথা সিহঁতে এইবোৰ কৰ্মৰ দ্বাৰা লাভান্বিত হ'ব। কিন্তু বাস্তৱিকতা ইয়াৰ পৰিপন্থী। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• إثبات البعث والحشر بجمع الجن والإنس في ساحات القيامة بالنفخة الثانية في الصور.
দ্বিতীয় বাৰ শিঙাত ফুঁ দিয়াৰ পিছত মানৱ আৰু জিন জাতিক পুনৰুত্থিত কৰি কিয়ামতৰ ময়দানত একত্ৰিত কৰাৰ প্ৰমাণ পোৱা গ'ল। info

• أن أشد الناس خسارة يوم القيامة هم الذين ضل سعيهم في الدنيا، وهم يظنون أنهم يحسنون صنعًا في عبادة من سوى الله.
কিয়ামতৰ দিনা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোক হব সেইসকল, যিসকলৰ পৃথিৱীত কৰা গোটেই আমল অথলে গৈছে। যদিও সিহঁতে ধাৰণা কৰিছিল যে, আল্লাহৰ বাহিৰে সিহঁতে আনৰ উপাসনা কৰি ভাল কাম কৰি আছে। info

• لا يمكن حصر كلمات الله تعالى وعلمه وحكمته وأسراره، ولو كانت البحار والمحيطات وأمثالها دون تحديد حبرًا يكتب به.
আল্লাহৰ মহান বাণী, তেওঁৰ জ্ঞান, তেওঁৰ হিকমত আৰু ৰহস্যবোৰ লিখি শেষ কৰা সম্ভৱ নহয়। যদিও সেইবোৰ লিখিবলৈ সাগৰ তথা মহাসাগৰবোৰক চিয়াঁহী বনোৱা নহওক কিয়। info