Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
22 : 12

وَلَمَّا بَلَغَ اَشُدَّهٗۤ اٰتَیْنٰهُ حُكْمًا وَّعِلْمًا ؕ— وَكَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

যেতিয়া তেওঁ যৌৱনত উপনীত হ'ল, তেতিয়া আমি তেওঁক বোধশক্তি আৰু জ্ঞান প্ৰদান কৰিলো। এনেকুৱা প্ৰতিফল আমি সেইসকল পূণ্যৱান ব্যক্তিক প্ৰদান কৰো, যিসকলে আল্লাহৰ ইবাদত কৰে। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• بيان خطورة الحسد الذي جرّ إخوة يوسف إلى الكيد به والمؤامرة على قتله.
ঈৰ্ষাৰ ভয়াবহতাৰ বৰ্ণনা, ইয়াৰ ফলতেই ইউছুফৰ ভাতৃসকলে তেওঁৰ বিৰুদ্ধে হত্যাৰ চক্ৰান্ত ৰচিছিল। info

• مشروعية العمل بالقرينة في الأحكام.
আহকামৰ ক্ষেত্ৰত ইঙ্গিত বহন কৰিলেই আমল কৰাৰ প্ৰমাণ। info

• من تدبير الله ليوسف عليه السلام ولطفه به أن قذف في قلب عزيز مصر معاني الأبوة بعد أن حجب الشيطان عن إخوته معاني الأخوة.
এয়া ইউছুফ আলাইহিছ ছালামৰ প্ৰতি আল্লাহৰ উত্তম ব্যৱস্থাপনা তথা তেওঁৰ কৃপা আছিল যে, তেওঁ আজিজে মিচৰৰ অন্তৰত পিতৃ প্ৰেম ঢালি দিছিল। আনহাতে চয়তানে তেওঁৰ ভাতৃসকলক ভাতৃৰ মুহাব্বতৰ পৰা বঞ্চিত কৰিছিল। info