Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
104 : 12

وَمَا تَسْـَٔلُهُمْ عَلَیْهِ مِنْ اَجْرٍ ؕ— اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟۠

সিহঁতৰ বোধশক্তি থাকিলে নিশ্চয় সিহঁতে আপোনাৰ প্ৰতি ঈমান আনিলেহেঁতেন। কাৰণ হে ৰাছুল! আপুনি সিহঁতৰ পৰা কোৰআন তথা ধৰ্ম-প্ৰচাৰৰ নামত কোনো পাৰিশ্ৰমিক নিবিচাৰে। কোৰআন হৈছে গোটেই বিশ্ববাসীৰ বাবে উপদেশমূলক শিক্ষা। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• أن الداعية لا يملك تصريف قلوب العباد وحملها على الطاعات، وأن أكثر الخلق ليسوا من أهل الهداية.
আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি বান্দাৰ অন্তৰ ইবাদতৰ পিনে কেতিয়াও ঘূৰাব নোৱাৰে আৰু আনুগত্যৰ বোজাও অৰ্পন কৰিব নোৱাৰে। অধিকাংশ লোক হিদায়তপ্ৰাপ্ত নহয়। info

• ذم المعرضين عن آيات الله الكونية ودلائل توحيده المبثوثة في صفحات الكون.
বিশ্বজগতত প্ৰসাৰিত আল্লাহৰ নিদৰ্শনসমূহ আৰু বিশ্বৰ বিভিন্ন পুথিৰ পৃষ্ঠাত লিপিবদ্ধ প্ৰমাণসমূহৰ পৰা বিমুখ হোৱা লোকসকলৰ নিন্দা কৰা হৈছে। info

• شملت هذه الآية ﴿ قُل هَذِهِ سَبِيلِي...﴾ ذكر بعض أركان الدعوة، ومنها: أ- وجود منهج:﴿ أَدعُواْ إِلَى اللهِ ﴾. ب - ويقوم المنهج على العلم: ﴿ عَلَى بَصِيرَةٍ﴾. ج - وجود داعية: ﴿ أَدعُواْ ﴾ ﴿أَنَا﴾. د - وجود مَدْعُوِّين: ﴿ وَمَنِ اتَّبَعَنِي ﴾.
এই আয়াতত {قُلۡ هَٰذِهِۦ سَبِيلِيٓ...} দাৱাতৰ কেইটামান আৰকান (স্তম্ভ) বৰ্ণনা কৰা হৈছে। ক) কৰ্মশৈলী বা মানহাজৰ অস্তিত্ব {أَدۡعُوٓاْ إِلَى ٱللَّهِۚ}। খ) উক্ত কৰ্মশৈলী জ্ঞানৰ ওপৰত নিৰ্ভৰ হোৱা {عَلَىٰ بَصِيرَةٍ}। গ) আহ্বানকাৰীৰ উপস্থিতি {أَدۡعُوٓاْ﴾ ﴿أَنَا۠}। ঘ) আহ্বানকৃত লোকসকলৰ উপস্থিতি {وَمَنِ ٱتَّبَعَنِيۖ}। info