పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం

আদ-জুহা

ఈ సూరహ్ (అధ్యాయం) యొక్క ప్రయోజనాలు:
بيان عناية الله بنبيه في أول أمره وآخره.
এই কথাৰ বৰ্ণনা যে, আল্লাহে তেওঁৰ নবীক প্ৰথমৰ পৰা শেষলৈকে গুৰুত্ব সহকাৰে দিশ-নিৰ্দেশনা দি আহিছে। info

external-link copy
1 : 93

وَالضُّحٰی ۟ۙ

আল্লাহ তাআলাই দিনৰ প্ৰথম ভাগৰ শপত কৰিছে। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• منزلة النبي صلى الله عليه وسلم عند ربه لا تدانيها منزلة.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যি মৰ্যদা আছে তেনেকুৱা মৰ্যদা আন কাৰো নাই। info

• شكر النعم حقّ لله على عبده.
অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ। info

• وجوب الرحمة بالمستضعفين واللين لهم.
দূৰ্বল ব্যক্তিৰ প্ৰতি দয়া কৰা আৰু তাৰ লগত নম্ৰ ব্যৱহাৰ কৰা জৰুৰী। info