పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం

আল-লাইল

ఈ సూరహ్ (అధ్యాయం) యొక్క ప్రయోజనాలు:
بيان أحوال الخلق في الإيمان والإنفاق وحال كل فريق.
ঈমান আৰু আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত সৃষ্টিৰ বিভিন্ন অৱস্থাৰ বৰ্ণনা, আৰু প্ৰত্যেক দলৰ অৱস্থাৰ বৰ্ণনা। info

external-link copy
1 : 92

وَالَّیْلِ اِذَا یَغْشٰی ۟ۙ

আল্লাহ তাআলাই ৰাতিৰ শপত কৰিছে, যেতিয়া ই তাৰ অন্ধাকাৰৰ জৰিয়তে আকাশ আৰু পৃথিৱীৰ মাজত সকলো বস্তুক আৱৰি ধৰে। info
التفاسير:

external-link copy
2 : 92

وَالنَّهَارِ اِذَا تَجَلّٰی ۟ۙ

আৰু দিনৰ শপত কৰিছে, যেতিয়া ই প্ৰকাশ হয় আৰু স্পষ্ট হয়। info
التفاسير:

external-link copy
3 : 92

وَمَا خَلَقَ الذَّكَرَ وَالْاُ ۟ۙ

আৰু তেওঁৰ সৃষ্টিৰ দুটা প্ৰকাৰৰ শপত কৰিছে, মতা- মাইকিৰ। info
التفاسير:

external-link copy
4 : 92

اِنَّ سَعْیَكُمْ لَشَتّٰی ۟ؕ

হে মানৱ, নিশ্চয় তোমালোকৰ প্ৰয়াস বেলেগ বেলেগ প্ৰকাৰৰ। কিছুমান সৎ প্ৰয়াস, যিবোৰ জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম আৰু কিছুমান অসৎ প্ৰয়াস, যিবোৰ জাহান্নামত প্ৰৱেশ কৰাৰ মাধ্যম। info
التفاسير:

external-link copy
5 : 92

فَاَمَّا مَنْ اَعْطٰی وَاتَّقٰی ۟ۙ

এতেকে যিয়ে য'ত খৰচ কৰা জৰুৰীভাৱে, সি তাত খৰচ কৰিছে যেনে- যাকাত, আহাৰ- ভোজন, আৰু কাফফাৰা আদি। আৰু আল্লাহ তাআলাই যাৰ পৰা বিৰত থাকিবলৈ কৈছে, তাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে। info
التفاسير:

external-link copy
6 : 92

وَصَدَّقَ بِالْحُسْنٰی ۟ۙ

আৰু আল্লাহ তাআলাই পৰিণামৰ যি প্ৰতিশ্ৰুতি কৰিছে সেয়া পূৰ্ণ কৰিছে। info
التفاسير:

external-link copy
7 : 92

فَسَنُیَسِّرُهٗ لِلْیُسْرٰی ۟ؕ

আমি তাৰ বাবে সত্কৰ্ম কৰাৰ আৰু আল্লাহৰ পথত খৰচ কৰা সহজ কৰি দিম। info
التفاسير:

external-link copy
8 : 92

وَاَمَّا مَنْ بَخِلَ وَاسْتَغْنٰی ۟ۙ

আৰু সেই ব্যক্তি যিয়ে তাৰ সম্পদ ব্যয় কৰাৰ ক্ষেত্ৰত কৃপণালী কৰে আৰু জৰুৰী কামত খৰচ নকৰে আৰু ধন-সম্পদৰ লালসাত আল্লাহক অৱহেলা কৰে আৰু আল্লাহৰ পৰা তাৰ কৰুণা বিচৰা নাই। info
التفاسير:

external-link copy
9 : 92

وَكَذَّبَ بِالْحُسْنٰی ۟ۙ

আৰু আল্লাহ তাআলাই তাৰ পথত ধন খৰচ কৰাৰ প্ৰতি যি পৰিণাম প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে তাক অস্বীকাৰ কৰিছে। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব। info

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ। info

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ। info

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে। info

external-link copy
10 : 92

فَسَنُیَسِّرُهٗ لِلْعُسْرٰی ۟ؕ

তেন্তে আমি তাৰ বাবে বেয়া কাম সহজ কৰি দিম আৰু ভাল কাম কৰা জটিল কৰি দিম। info
التفاسير:

external-link copy
11 : 92

وَمَا یُغْنِیْ عَنْهُ مَالُهٗۤ اِذَا تَرَدّٰی ۟ؕ

যেতিয়া সি ধ্বংস হব আৰু জাহান্নামত প্ৰৱেশ কৰিব তেতিয়া তাৰ ধন-সম্পদ তাৰ কোনো কামত নাহিব, যাক সি কৃপণালি কৰি জমা কৰি ৰাখিছিল। info
التفاسير:

external-link copy
12 : 92

اِنَّ عَلَیْنَا لَلْهُدٰی ۟ؗۖ

কেৱল সত্য আৰু মিথ্যাৰ পথ পৰিচয় কৰাই দিয়াই আমাৰ দায়িত্ব। info
التفاسير:

external-link copy
13 : 92

وَاِنَّ لَنَا لَلْاٰخِرَةَ وَالْاُوْلٰی ۟

পাৰ্থিৱ আৰু পৰকালৰ জীৱন আমাৰ হাতত। আমি উভয়ৰ মাজত যি বিচাৰো পৰিৱৰ্তন কৰোঁ। আৰু এয়া আমাৰ অবিহনে আন কাৰো জৰিয়তে হব নোৱাৰে। info
التفاسير:

external-link copy
14 : 92

فَاَنْذَرْتُكُمْ نَارًا تَلَظّٰی ۟ۚ

হে মানৱ, যদি তোমালোকে আল্লাহক অৱজ্ঞা কৰা তেন্তে আমি তোমালোকক উত্তপ্ত জুইৰ পৰা সতৰ্ক কৰি দিছো। info
التفاسير:

external-link copy
15 : 92

لَا یَصْلٰىهَاۤ اِلَّا الْاَشْقَی ۟ۙ

যাৰ ভিতৰত কেৱল হতভাগ্য ব্যক্তিহে জ্বলিব অৰ্থাৎ কাফিৰ ব্যক্তি। info
التفاسير:

external-link copy
16 : 92

الَّذِیْ كَذَّبَ وَتَوَلّٰی ۟ؕ

যিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আনা সংবাদ অস্বীকাৰ কৰিছে আৰু আল্লাহৰ আজ্ঞা পালনৰ পৰা মুখ ঘূৰাই ফুৰিছে। info
التفاسير:

external-link copy
17 : 92

وَسَیُجَنَّبُهَا الْاَتْقَی ۟ۙ

আৰু ইয়াৰ পৰা পৰম মুত্তাক্বী ব্যক্তিক অৰ্থাৎ আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহুক বচাই লোৱা হব। info
التفاسير:

external-link copy
18 : 92

الَّذِیْ یُؤْتِیْ مَالَهٗ یَتَزَكّٰی ۟ۚ

যিয়ে তাৰ ধন সৎ পথত পাপৰ পৰা পবিত্ৰ হবলৈ দান কৰে। info
التفاسير:

external-link copy
19 : 92

وَمَا لِاَحَدٍ عِنْدَهٗ مِنْ نِّعْمَةٍ تُجْزٰۤی ۟ۙ

আৰু তেওঁ তাৰ ধন-সম্পদ এই কাৰণে ব্যয় নকৰে যে তাৰ প্ৰতি কাৰো অনুগ্ৰহ আছে, যাক আদায় কৰি আছে। info
التفاسير:

external-link copy
20 : 92

اِلَّا ابْتِغَآءَ وَجْهِ رَبِّهِ الْاَعْلٰی ۟ۚ

তেওঁ যি ধন ব্যয় কৰে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে, তেওঁৰ প্ৰতিপালকৰ সন্তুষ্টি লাভ কৰা, যিজন নিজ সৃষ্টিতকৈ বহু ঊৰ্দ্ধত। info
التفاسير:

external-link copy
21 : 92

وَلَسَوْفَ یَرْضٰی ۟۠

আৰু তেওঁ নিশ্চয় সেই প্ৰচুৰ পৰিণামৰ প্ৰতি সন্তুষ্ট হৈ যাব, যিবোৰ আল্লাহ তাআলাই তেওঁক দান কৰিব। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• منزلة النبي صلى الله عليه وسلم عند ربه لا تدانيها منزلة.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যি মৰ্যদা আছে তেনেকুৱা মৰ্যদা আন কাৰো নাই। info

• شكر النعم حقّ لله على عبده.
অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ। info

• وجوب الرحمة بالمستضعفين واللين لهم.
দূৰ্বল ব্যক্তিৰ প্ৰতি দয়া কৰা আৰু তাৰ লগত নম্ৰ ব্যৱহাৰ কৰা জৰুৰী। info