పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం

external-link copy
11 : 91

كَذَّبَتْ ثَمُوْدُ بِطَغْوٰىهَاۤ ۟

ছামুদ সম্প্ৰদায়ে অবাধ্যতা আৰু পাপ কৰ্মৰ ক্ষেত্ৰত সীমালংঘন কৰাৰ কাৰণে সিহঁতৰ নবী ছলেহ আলাইহিছ ছালামক অস্বীকাৰ কৰিছিল। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব। info

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ। info

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ। info

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে। info