పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం

external-link copy
48 : 77

وَاِذَا قِیْلَ لَهُمُ ارْكَعُوْا لَا یَرْكَعُوْنَ ۟

আৰু যেতিয়া এই অস্বীকাৰকাৰী সকলক কোৱা হয় যে, আল্লাহৰ বাবে ছালাত আদায় কৰা, তেতিয়া সিহঁতে আল্লাহৰ বাবে ছালাত আদায় নকৰে। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• رعاية الله للإنسان في بطن أمه.
আল্লাহে মানুহক তাৰ মাকৰ গৰ্ভতো পৰিপূৰ্ণ লক্ষ্য ৰাখে। info

• اتساع الأرض لمن عليها من الأحياء، ولمن فيها من الأموات.
পৃথিৱীয়ে সকলো জীৱিত আৰু মৃতক আৱৰি ৰাখিছে। info

• خطورة التكذيب بآيات الله والوعيد الشديد لمن فعل ذلك.
আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰাৰ ক্ষতি আৰু তেনেকুৱা লোকৰ বাবে আল্লাহৰ কঠোৰ সতৰ্কবাণী। info