పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం

external-link copy
2 : 73

قُمِ الَّیْلَ اِلَّا قَلِیْلًا ۟ۙ

ৰাতিত ছালাত আদায় কৰক, তাৰ কিছু অংশৰ বাহিৰে। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• أهمية قيام الليل وتلاوة القرآن وذكر الله والصبر للداعية إلى الله.
দাঈ সকলৰ বাবে ৰাতিত জাগি ছালাত আদায় কৰা, কোৰআন তিলাৱত কৰা, আল্লাহৰ যিকিৰ-আজকাৰ কৰা আৰু ধৈৰ্য ধাৰণ কৰাৰ মহত্ব। info

• فراغ القلب في الليل له أثر في الحفظ والفهم.
ৰাতিত অন্তৰখন সুস্থ আৰু মুকলি থাকে। সেয়ে এই সময়ত মুখস্থ কৰা, কোনো বিষয় বুজা বা হৃদয়ঙ্গম কৰিবলৈ ভাল প্ৰভাৱ পৰে। info

• تحمّل التكاليف يقتضي تربية صارمة.
চৰীয়তৰ আদেশ-নিষেধ পালনৰ বাবে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন হয়। info

• الترف والتوسع في التنعم يصدّ عن سبيل الله.
অত্যাধিক সচ্চলতা আৰু অনুগ্ৰহৰ প্ৰাচুৰ্যতাই মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে। info