పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం

external-link copy
51 : 27

فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ مَكْرِهِمْ ۙ— اَنَّا دَمَّرْنٰهُمْ وَقَوْمَهُمْ اَجْمَعِیْنَ ۟

হে ৰাছুল! ভাৱি চাওকচোন, সিহঁতৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল? নিশ্চিতভাৱে আমি আমাৰ শাস্তিৰ জৰিয়তে সিহঁত সকলোকে বিনাশ কৰিছিলোঁ তথা সিহঁতৰ গুৰি নিপাত কৰিছিলোঁ। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• الاستغفار من المعاصي سبب لرحمة الله.
গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰাটো হৈছে আল্লাহৰ ৰহমতৰ কাৰণ। info

• التشاؤم بالأشخاص والأشياء ليس من صفات المؤمنين.
ব্যক্তি তথা কোনো বস্তুৰ দ্বাৰা মঙ্গল অমঙ্গল নিৰ্ণয় কৰাটো মুমিনসকলৰ বৈশিষ্ট্য নহয়। info

• عاقبة التمالؤ على الشر والمكر بأهل الحق سيئة.
সত্যবাদীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু তেওঁলোকক অনিষ্ট কৰাৰ বেয়া পৰিণাম। info

• إعلان المنكر أقبح من الاستتار به.
গোপনে কৰা গুনাহৰ তুলনাত প্ৰকাশ্যভাৱে কৰা গুনাহৰ পৰিণাম অধিক বেয়া। info

• الإنكار على أهل الفسوق والفجور واجب.
পাপিষ্ঠ তথা অঘৱন্ত লোকৰ নিন্দা কৰা অতি আৱশ্যক। info